ভূমিকম্পই জোঁকাৰি গ’ল তাজিকিস্তানৰ ডুছানবে!

শুকুৰবাৰে পুৱা ভয়ংকৰ ভূমিকম্পই জোঁকাৰি গল তাজিকিস্তানৰ ডুছানবে।ভূমিকম্পটো সংঘটিত হয় পুৱা ৯:১৬ বজাত । ৰিখটাৰ স্কেল ৪.৫ প্ৰাবল্যত সংঘটিত হয় ভূমিকম্পটো। ভূমিকম্পটোৰ উৎপত্তিস্থল ডুছানবেৰ পৰা ১৭১ কিলোমিটাৰ উত্তৰ-পূব দিশত, ১০ কিলোমিটাৰ গভীৰতাত। খৱৰটো সদৰি কৰে ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই ।।

You might also like
Leave A Reply

Your email address will not be published.