আজি ২১ জানুৱাৰী

▶️আজি মণিপুৰ দিৱস।
▶️১৭৯৩ চনৰ এই দিনটোতেই ফৰাচী সম্ৰাট ষোড়শ লুইক গিলোটিনত মৃত্যুদণ্ড বিহা হৈছিল।
▶️১৯২৪ চনৰ এই দিনটোতেই ৰুছ বিপ্লৱৰ নেতা লেনিনৰ মৃত্যু হৈছিল।
▶️১৯৩০ চনৰ আজিৰ দিনটোতেই প্লুটো গ্ৰহ আৱিষ্কাৰ।
▶️১৯৫০ চনৰ আজিৰ দিনটোতেই ইংৰাজ ঔপন্যাসিক আৰু নিবন্ধকাৰ জৰ্জ অৰৱেলৰ মৃত্যু হৈছিল।
▶️১৯৫৮ চনৰ এই দিনটোতেই ভাৰতত কপিৰাইট আইন প্ৰৱৰ্তন।
▶️১৯৭২ চনৰ এই দিনটোতেই উত্তৰ পূৰ্বাঞ্চল(পুনৰ্গঠন) আইন অনুসৰি ত্ৰিপুৰাক ভাৰতৰ পূৰ্ণৰাজ্যৰ স্বীকৃতি।
▶️১৯৭২ চনৰ এই দিনটোতেই মণিপুৰক ভাৰতৰ পূৰ্ণৰাজ্যৰ স্বীকৃতি।
▶️১৯৭২ চনৰ এই দিনটোতেই মিজোৰামৰ ভাৰতৰ কেন্দ্ৰীয়শাসিত অঞ্চলৰ মৰ্যাদা লাভ।
▶️১৯৮৩ চনৰ আজিৰ দিনটোতেই ভাৰতীয় নৌ-বাহিনীৰ প্ৰধান ভাইচ এডমিৰেল আৰ ডি কাটাৰিৰ মৃত্যু হৈছিল। এই পদত অধিষ্ঠিত হোৱা তেঁৱেই প্ৰথম ভাৰতীয়।
▶️১৯৯৪ চনৰ আজিৰ দিনটোতেই কাছাৰৰ শিলচৰত অসম বিশ্ববিদ্যালয় মুকলি।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই বাগদাদত সংঘটিত ভয়ংকৰ বিস্ফোৰণত অৰ্ধশতাধিক লোক নিহত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.