মধ্যপ্ৰদেশৰ শ্বাজাপুৰ জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা।

নেচনেল ডেস্ক:

 

ধ্যপ্ৰদেশৰ শ্বাজাপুৰ জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা। সংঘৰ্ষত নিহত মহিলাসহ চাৰি গৰাকী লোক। আনহাতে আহত হয় ১৪ গৰাকীকৈ লোক। জানিব পৰা মতে, পুৱতি নিশা প্ৰায় ৩:৩০ বজাত জিলাখনৰ মাকচি আৰক্ষী থানাৰ অন্তৰ্গত উজ্জয়িনী-মাকচি পথৰ এটা দৰগাৰৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাটো। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তিনিগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহতসকলক ততাতৈয়াকৈ সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও পুনৰ এজন লোকৰ চিকিৎসালয়তে মৃত্যু ঘটে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।শ্বাজাপুৰ জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা। সংঘৰ্ষত নিহত মহিলাসহ চাৰি গৰাকী লোক। আনহাতে আহত হয় ১৪ গৰাকীকৈ লোক। জানিব পৰা মতে, পুৱতি নিশা প্ৰায় ৩:৩০ বজাত জিলাখনৰ মাকচি আৰক্ষী থানাৰ অন্তৰ্গত উজ্জয়িনী-মাকচি পথৰ এটা দৰগাৰৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাটো। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তিনিগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহতসকলক ততাতৈয়াকৈ সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও পুনৰ এজন লোকৰ চিকিৎসালয়তে মৃত্যু ঘটে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

You might also like
Leave A Reply

Your email address will not be published.