মহানগৰীত পুনৰ ভয়ংকৰ জলবিস্ফোৰণ!

 

পুনৰ ভয়ংকৰ জলবিস্ফোৰণে কপাঁলে মহানগৰী। খাৰঘূলিৰ পাছত এইবাৰ মহানগৰীৰ কমাৰ্চ পইণ্ট-ৰাজগড় লিংক ৰোডত সংঘটিত হয় জলবিস্ফোৰণ। নিমিষতে প্লাৱিত হয় কমাৰ্চ পইণ্ট-ৰাজগড় লিংক ৰোডৰ বৃহত্তৰ অঞ্চল। জলব’ৰ্ডৰ পাইপ ফুটি জলমগ্ন বিস্তীৰ্ণ অঞ্চল। কেমেৰাত বন্দী পাইপ বিস্ফোৰণৰ শিহৰণকাৰী দৃশ্য ঘটনাস্থলীত উপস্থিত মন্ত্ৰী অশোক সিংঘাল। ঘটনাৰ তদন্ত ঘোষণা মন্ত্ৰীগৰাকীৰ। সন্ধিয়া ৭ বজাত এই সন্দৰ্ভত অনুষ্ঠিত হ’ব গুৰুত্বপূৰ্ণ বৈঠক।।

You might also like
Leave A Reply

Your email address will not be published.