মহিলাৰ শিক্ষা নিষিদ্ধ!

ইণ্টাৰনেচনেল ডেস্ক:

আফগানিস্তানত তালিবান চৰকাৰৰ হঠকৰী সিদ্ধান্ত। আফগান মহিলাৰ বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষা গ্ৰহণৰ ওপৰত অনিৰ্দিষ্ট কাললৈ নিষেধাজ্ঞা আৰোপ। তালিবানৰ উচ্চ শিক্ষা মন্ত্ৰীয়ে এখন পত্ৰৰ জৰিয়তে এই নিষেধাজ্ঞা জাৰি কৰে। শাসনাধিষ্ঠ ইছলামিক গোটটোৱে সকলো মহিলাক অসামৰিক সেৱাৰ পদৰ পৰা বৰ্খাস্ত কৰাৰ লগতে বেছিভাগ প্ৰদেশৰ ছোৱালীক মাধ্যমিক বিদ্যালয় পৰ্যায়লৈ পঢ়াতো নিষেধাজ্ঞা আৰোপ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.