মিজোৰামত ভয়ংকৰ পথ দুৰ্ঘটনা!

নৰ্থ-ইষ্ট ডেস্ক:

মিজোৰামত ভয়ংকৰ পথ দুৰ্ঘটনা। আজি পুৱা ৪:৪০ বজাত ছাম্ফাই জিলাৰ চুংগটেত সংঘটিত হয় দুৰ্ঘটনাটো। আইজলৰ পৰা জাখোৱাথাৰলৈ আহি থকা অৱস্থাত ১০ ফূট দ টিউইভাৰ নদীত যাত্ৰীবাহী ছুম’ বাগৰি পৰে। দুৰ্ঘটনাত বাহনখনৰ চালকৰ লগতে মহিলাসহ মুঠ পাঁচ গৰাকী লোক নিহত হয় । ৮ গৰাকী যাত্ৰী থকা বাহনখনৰ আহত আন ৩ যাত্ৰীক সংকটজনক অৱস্থাত আইজলৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।।

You might also like
Leave A Reply

Your email address will not be published.