সোণাপুৰৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলন।

নিউজ ডেস্ক:

নিবাৰে ৰাতিপুৱা অহা এজাক ধাৰাসাৰ বৰষুণৰ ফলত সোণাপুৰৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ সুৰংগ পথত সংঘটিত হয় ভয়ংকৰ ভূমিস্খলন। ভূমিস্খলনৰ ফলত বোকা-পানীৰে ভৰি পৰে ৰাষ্ট্রীয় ঘাইপথটো। যাৰ ফলত মেঘালয় আৰক্ষীয়ে বন্ধ কৰি দিয়ে সুৰংগ পথটো। এই পৰ্যন্ত সুৰংগ পথটোৰ মুকলিৰ প্ৰয়াস অব্যাহত ৰাখিছে আৰক্ষীয়ে। ঘটনাৰ পাছতে সৃষ্টি হোৱা ব্যাপক যানজঁটত আৱদ্ধ হৈ পৰে কেবাখনো নৈশ বাছ।।

You might also like
Leave A Reply

Your email address will not be published.