অনলাইন সুৰা ক্ৰয়ৰ বাবে জানি থওক-

???? অনলাইন সুৰা বিক্ৰীৰ ৰাজপত্ৰিত জাননী জাৰি
???? অনুজ্ঞাপত্ৰ থকা সুৰা বিপণীয়েহে এপযোগে বিদেশী সুৰাৰ অনলাইন বিক্ৰীৰ সুবিধা পাব
????আবকাৰী বিভাগৰ ওচৰত
ডেলিভাৰী এজেণ্টৰ তথ্যৰ সবিশেষ জমা দি পঞ্জীয়ন কৰিব লাগিব বিপনীয়ে
????ডেলিভাৰী এজেণ্টৰ বয়স ২১ বছৰৰ কম হ’ব নোৱাৰিব
???? নিৰ্দিষ্ট অনলাইন প’ৰ্টেলত নাম, বয়সৰ প্ৰমাণ দিব লাগিব গ্ৰাহকে
???? শিক্ষানুষ্ঠানৰ হোষ্টেল, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ধৰ্মীয় স্থানত সুৰাৰ ডেলিভাৰী নিষিদ্ধ
???? এজন গ্ৰাহকে সৰ্বাধিক ৩ লিটাৰ পৰ্যন্ত সুৰাৰ অৰ্ডাৰ দিব পাৰিব
???? ডেলিভাৰী এজেণ্টে কঢ়িয়াব পাৰিব ৯ লিটাৰ পৰ্যন্ত সুৰা
???? অৰ্ডাৰ দিওতেই গ্ৰাহকে আদায় দিব লাগিব সুৰাৰ মূল্য
???? পুৱা ১১ বজাৰ পৰা নিশা১০ বজালৈ থাকিব অনলাইন ডেলিভাৰীৰ সুবিধা
????অৰ্ডাৰ দিয়াৰ ২ ঘণ্টাৰ ভিতৰত দিব লাগিব ডেলিভাৰী
???? MRPতকৈ সুৰাৰ অধিক দাম ল’ব নোৱাৰিব
???? নিৰ্দিষ্ট ডেলিভাৰী চাৰ্জ, ছাৰ্ভিচ চাৰ্জ আদি আনুসংগিক চাৰ্জ ল’ব নোৱাৰিব
???? ১ কিঃমিঃতকৈ কম দূৰত্বৰ বাবে ৫০টকা অতিৰিক্ত চাৰ্জ দিব লাগিব গ্ৰাহকে
???? ১-২ কিঃমিঃৰ ভিতৰত চাৰ্জ হ’ব ৭৫ টকা
???? অৰ্ডাৰ পোৱাৰ ১০ মিনিটৰ ভিতৰত বিপণীয়ে গ্ৰহণ কৰিব লাগিব অৰ্ডাৰ
????অৰ্ডাৰ বাতিল হ’লে গ্ৰাহকে আন বিপণীৰ পৰা কিনিব পাৰিব সুৰা
???? প্ৰত্যেক বিপণীয়ে সৰ্বাধিক ১০জন এজেণ্ট ৰাখিব পাৰিব
????প্ৰথমে কেৱল গুৱাহাটী পৌৰ নিগম এলেকাত সীমিত থাকিব লগা এই অনলাইন সুৰা ক্ৰয়ৰ সুবিধা পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ ৰাজ্যতে উপলব্ধ হ’ব।।

You might also like
Leave A Reply

Your email address will not be published.