অসম ৰাইফলছৰ বৃহৎ সাফল্য!

অসম ৰাইফলছৰ বৃহৎ সাফল্য! অসম ৰাইফলছৰ জালত পিপলছ লিবাৰেচন আৰ্মী (পিএলএ)ৰ দূৰ্ধৰ্ষ বিদ্ৰোহী। জানিব পৰা মতে, মণিপুৰৰ বিষ্ণুপুৰ জিলাত অসম ৰাইফলছৰ লোকটক বেটেলিয়নে আটক কৰে মণিপুৰৰ পিপলছ লিবাৰেচন আৰ্মী (পিএলএ)ৰ বিদ্ৰোহী সদস্য জনক। অসম ৰাইফলছৰ অফিচিয়েল টুইটাৰত সদৰি কৰা হৈছে এই কথা।

You might also like
Leave A Reply

Your email address will not be published.