অৱশেষত জালত পৰিল ঠেলামাৰাৰ চক্ৰ বিষয়া

ঢেকিয়াজুলিৰ ঠেলামাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক আটক।দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰ।ভঙাগড়ত আটক কৰা ঠেলামাৰাৰ লাটমণ্ডলৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ।ধৃত লাটমণ্ডল গুলজাৰ হুছেইনক ধন লওঁতেই ধৰিছিল অভিযানকাৰীৰ দলে।দালালৰ তালিকাৰ পৰা নাম কৰ্তনৰ আশ্বাসেৰে লৈছিল উৎকোচ।ধৃত লাটমণ্ডলে জেৰাত উল্লেখ কৰিছিল চক্ৰ বিষয়া বৰেণ্য ৰঞ্জনৰ নাম।।

You might also like
Leave A Reply

Your email address will not be published.