অসম চুক্তি সন্দৰ্ভত উপ-সমিতি গঠন

অসম চুক্তি ৰূপায়নৰ বাবে উপ-কমিটী গঠন অসম চৰকাৰৰ। ৰাজ্য চৰকাৰৰ তিনি মন্ত্ৰীআৰু আছু পাঁচ নেতাকলৈ গঠন কৰা ৮জনীয়া কমিটীয়ে ৩মাহৰ ভিতৰত দাখিল কৰিব লাগিব প্ৰতিবেদন।মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত গঠিত কমিটিত আছে দুই মন্ত্ৰী অজন্তা নেওগ, পীযূষ হাজৰিকাৰ লগতে আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য়, সভাপতি দীপাংক নাথ,সাধাৰণ সম্পাদক শংকৰদ্যোতি বৰুৱা,উপদেষ্টা প্ৰকাশ দাস, উদ্দীপ গগৈ। অসম চুক্তিৰ ৬,৭,৯ আৰু ১০নং দফা আৰু NRC সন্দৰ্ভত দিব প্ৰতিবেদন।।

You might also like
Leave A Reply

Your email address will not be published.