অৱশেষত ৰূপজ্যোতিও!

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

অসম প্ৰদেশ কংগ্ৰেছত আন এক মোক্ষম আঘাত। কাইলৈ কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা বসন পিন্ধাৰ দিশে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী।শুকুৰবাৰে বিধায়ক পদ ত্যাগ কৰাৰ সম্ভাৱনা ৰূপজ্যোতিৰ।শেহতীয়া নিৰ্বাচনত মৰিয়নি সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী ৰূপে নিৰ্বাচিত হৈ অহা বিধায়ক জনক কংগ্ৰেছ বিধায়নী দলৰ সচিব পদ যঁচা হৈছিল যদিও তেওঁ প্ৰত্যাখ্যান কৰিছিল। ।

You might also like
Leave A Reply

Your email address will not be published.