➡️ আজি বাহামাৰ ৰাষ্ট্ৰীয় দিৱস। ১৯৭৩ চনৰ আজিৰ দিনটোতে কেৰিবিয়ান সাগৰৰ দ্বীপৰাষ্ট্ৰ বাহামাই স্বাধীনতা লাভ কৰিছিল।
➡️১৮৫৭ চনৰ ১০ জুলাইৰ পৰা মীৰাটত চিপাহী বিদ্ৰোহ আৰম্ভ হৈছিল।
➡️ খ্যাতিমান পদাৰ্থ-বিজ্ঞানী জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ জন্ম হৈছিল ১৯৩৮ চনৰ আজিৰ দিনটোতে।
➡️ ১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ সুনীল মনোহৰ গাভাস্কাৰৰ জন্ম হৈছিল।
➡️ গোৱালিয়ৰত ভাৰতৰ প্ৰথমখন মহিলা এন চি চি কলেজ মুকলি কৰা হৈছিল ১৯৬৫ চনৰ ১০ জুলাইত।।