আজি ১১ এপ্ৰিল

➡️১৮৮৭ চনৰ আজিৰ দিনটোতে বিশিষ্ট চিত্ৰশিল্পী যামিনী ৰায়ৰ জন্ম হৈছিল।
➡️১৯১৯ চনৰ এই দিনটোতে আন্তৰ্জাতিক শ্ৰমিক সংস্থা প্ৰতিষ্ঠা হৈছিল।
➡️১৯৩০ চনৰ ১১ এপ্ৰিল তাৰিখে উত্তৰাখণ্ডৰ হৃষীকেশৰ প্ৰসিদ্ধ লক্ষ্মণঝুলা ওলমা দলং মুকলি কৰা হৈছিল। এইখনেই ভাৰতৰ প্ৰথম যান-বাহন যাব পৰা ওলমা দলং। দলংখনৰ দৈৰ্ঘ্য ১৩৬ মিটাৰ।
➡️১৯৯৭ চনৰ এই দিনটোতে কেন্দ্ৰত আস্থাৰ ভোটত পৰাজিত হৈছিল দহমহীয়া দেৱেগৌড়া চৰকাৰ। প্ৰধানমন্ত্ৰী পদৰ পৰা এইচ ডি দেৱেগৌড়াৰ পদত্যাগ।।

You might also like
Leave A Reply

Your email address will not be published.