আজি ১২ ফেব্ৰুৱাৰী

➡️১৮০৪ চনৰ ১২ ফেব্ৰুৱাৰী তাৰিখে জাৰ্মান দাৰ্শনিক ইমানুৱেল কান্টৰ মৃত্যু হৈছিল।
➡️১৮০৯ চনৰ আজিৰ দিনটোতে ইংৰাজ পদাৰ্থবিদ, পৰীক্ষামূলক জীৱবিদ্যাৰ অগ্ৰদূত চাৰ্লছ ৰবাৰ্ট ডাৰউইনৰ জন্ম হৈছিল।
➡️১৮২৪ চনৰ এই দিনটোতে আৰ্য সমাজৰ প্ৰতিষ্ঠাতা দয়ানন্দ সৰস্বতীৰ জন্ম হৈছিল।
➡️১৯২২ চনৰ ১২ ফেব্ৰুৱাৰী তাৰিখে চৌৰিচৌৰাৰ ঘটনাৰ প্ৰতিবাদত মহাত্মা গান্ধীৰ অসহযোগ আন্দোলন প্ৰত্যাহাৰ।
➡️১৯৪৯ চনৰ ১২ ফেব্ৰুৱাৰী তাৰিখে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গুণ্ডাপ্পা বিশ্বনাথৰ জন্ম হৈছিল।
➡️১৯৯৯ চনৰ আজিৰ দিনটোতে চৈয়দ আব্দুল মালিকলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা (১৯৯৫ চনৰ বাবে) আগবঢ়োৱা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.