আজি ১৩ এপ্ৰিল

▶️আজি জালিয়ানৱালাবাগ দিৱস।
▶️১৭৭৪ চনৰ আজিৰ দিনটোতেই মাৰ্কিন ৰাজনীতিবিদ তথা ৰাষ্ট্ৰপতি টমাছ জেফাৰছনৰ জন্ম হৈছিল।
▶️১৯০৫ চনৰ আজিৰ দিনটোতেই উত্তৰ প্ৰদেশত প্ৰবল ভূমিকম্পত ১৫ হেজাৰ লোকৰ মৃত্যু হৈছিল।
▶️১৯০৬ চনৰ এই দিনটোতেই সাহিত্যিক ছেমুৱেল বেকটৰ জন্ম হৈছিল। ১৯৬৯ চনত তেওঁ লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা।
▶️১৯১৯ চনৰ আজিৰ দিনটোতেই পঞ্জাৱৰ জালিয়ানৱালাবাগত ইংৰাজৰ অপ্ৰৰোচিত গুলীচালনাত ৪০০ লোক নিহত হোৱাৰ লগতে ১২০০ লোক আহত হৈছিল।
▶️১৯১৯ চনৰ এই দিনটোতেই ওৰাঙে লাভ কৰিছিল ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি।।

You might also like
Leave A Reply

Your email address will not be published.