আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস।
১৯০৪ চনৰ আজিৰ দিনটোতে অসমৰ সমবায় সমিতি
‘শ্বিলং সমবায় টাউন বেংক’ প্ৰতিষ্ঠা কৰা হৈছিল।
১৯১৬ চনৰ ১৩ ছেপ্টেম্বৰত এনি বেছাণ্টে ভাৰতত হোমৰুল লীগ প্ৰতিষ্ঠা কৰিছিল।
লিবিয়াৰ আজিজিয়াত তাপমাত্ৰা ৫৭.৭ ডিগ্ৰী চেলছিয়াছ হৈছিল ১৯২২ চনৰ ১৩ ছেপ্তেম্বৰত। ইয়েই এতিয়ালৈকে পৃথিৱীৰ সৰ্বোচ্চ তাপমাত্ৰা।
১৯৪৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় সেনাই নিজামৰ ৰাজ্য হায়দৰাবাদ দখল কৰিছিল।
১৯৭১ চনৰ ১৩ ছেপ্তেম্বৰত চীনৰ সামৰিক বাহিনীৰ প্ৰধান তথা চীনৰ কমিউনিষ্ট পাৰ্টীৰ বিশিষ্ট নেতা লিন পিয়াত্তৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল।
১৯৯২ চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
সাহিত্যিক মহেশ্বৰ নেওগৰ মৃত্যু হৈছিল ১৯৯৫ চনৰ ১৩ ছেপ্তেম্বৰত।
১৯৯৬ চনৰ আজিৰ দিনটোতে লোকসভাত লোকপাল বিধেয়ক গৃহীত হৈছিল।
২০০৩ চনৰ আজিৰ দিনটোতে…
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৩ ছেপ্টেম্বৰ
Prev Post
Next Post
You might also like