আজি ১৩ ফেব্ৰুৱাৰী

➡️১৮৬১ চনৰ ১৩ ফেব্ৰুৱাৰী তাৰিখে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে আব্ৰাহাম লিংকনৰ কাৰ্যভাৰ গ্ৰহণ।
➡️১৮৭৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী আৰু কবি সৰোজিনী নাইডুৰ জন্ম হৈছিল।
➡️১৯৫৩ চনৰ এই দিনটোতে অসম বিজ্ঞান সমিতিৰ জন্ম হৈছিল। আদিতে ইয়াৰ নাম আছিল গুৱাহাটী বিজ্ঞান সমিতি। ১৯৫৬ চনত অসম বিজ্ঞান সমিতি নামেৰে নামাকৰণ কৰা হয়।
➡️২০০২ চনৰ ১৩ ফেব্ৰুৱাৰী তাৰিখে ৰাজ্য চৰকাৰে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) গঠনত অনুমোদন জনাইছিল।
➡️২০০৩ চনৰ আজিৰ দিনটোতে সাহিত্য অকাডেমী বঁটা বিজয়ী যশস্বী সাহিত্যিক মেদিনী চৌধুৰীৰ দেহাৱসান ঘটিছিল।।

You might also like
Leave A Reply

Your email address will not be published.