আজি ১৪ মাৰ্চ

➡️১৮৭৯ চনৰ আজিৰ দিনটোতে বিশ্ববিশ্ৰুত জাৰ্মান পদাৰ্থবিদ আৰু গণিতজ্ঞ এলবাৰ্ট আইনষ্টাইনৰ জন্ম হৈছিল।
➡️১৮৮৩ চনৰ ১৪ মাৰ্চ তাৰিখে আধুনিক বৈজ্ঞানিক সমাজবাদৰ মূল প্ৰবক্তা তথা কমিউনিষ্ট নেতা কাৰ্ল মাৰ্ক্সৰ মৃত্যু হৈছিল।
➡️১৯৩১ চনৰ এই দিনটোতে ভাৰতৰ প্ৰথম সবাক চলচ্চিত্ৰ ‘আলম আৰা’ৰ মুক্তি।
➡️১৯৬২ চনৰ ১৪ মাৰ্চ তাৰিখে পৰ্টুগীজ চৰকাৰৰ কবলৰ পৰা গোৱা মুক্ত আৰু কেন্দ্ৰীয়শাসিত অঞ্চল ৰূপে ভাৰতৰ লগত অন্তৰ্ভূক্ত।
➡️১৯৯২ চনৰ আজিৰ দিনটোতে তুৰস্কত হোৱা প্ৰবল ভূমিকম্পত ১,০০০ লোকৰ মৃত্যু হৈছিল।
➡️২০০৪ চনৰ এই দিনটোতে ভ্লাদিমিৰ পুটিন পুনৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.