⏩১৯০১ বিশিষ্ঠ মাৰাঠী শিক্ষাবিদ তথা জাতীয়তাবাদী নেতা মহাদেউ গোবিন্দ ৰাণাডেৰ মৃত্যু।
⏩১৯১৯ বেনিটো মুছোলিনীৰ নেতৃত্বত ইটালীত ‘ফেছিদি কমবাৰ্টো মেন্টো’ বা ফেষ্টিছ দল গঠন।
⏩১৯৩৬ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ মৃত্যু।
⏩১৯৩৮ প্ৰসিদ্ধ বাংলা ঔপন্য়াসিক শৰৎ চন্দ্ৰ চেট্টোপাধ্য়ায়ৰ মৃত্যু।
⏩১৯৪৬ দেৱকান্ত বৰুৱাৰ সম্পাদনাত ‘দৈনিক অসমীয়া’ৰ প্ৰকাশ।
⏩১৯৬৮ সাহিত্যিক নকুল চন্দ্ৰ ভূঞাৰ মৃত্যু।
⏩১৯৮৯ বিশ্বৰ ভিতৰতে সৰ্বাধিক ছবিত (৬০০ ৰো বেছি) নায়কৰ চৰিত্ৰত অভিনয় কৰা প্ৰেম নাজিৰৰ মৃত্যু।
⏩২০০০ লাৰা দত্তৰ ‘ফেমিনা মিছ ইণ্ডিয়া’ খিতাপ অৰ্জন।
⏩২০০৩ ফ্ল’ৰিডাৰ পৰা মহাকাশযান ‘কলম্বিয়া’ত কল্পনা চাওলাৰ দ্বিতীয়টো মহাকাশ যাত্ৰা আৰম্ভ।
⏩২০০৫ হোমেন বৰগোহাঞিক মুখ্য সম্পাদক আৰু অদীপ কুমাৰ ফুকনক সম্পাদক হিচাপে লৈ অসমীয়া দৈনিক বাতৰিকাকত ‘আজিৰ দৈনিক বাতৰি’ৰ প্ৰথমটো প্ৰস্তাৱনা সংখ্যাৰ প্ৰকাশ। উল্লেখযোগ্য যে প্ৰথম প্ৰকাশতে তিনিটা সংস্কৰণ (গুৱাহাটী, ডিব্ৰুগড় আৰু লখিমপুৰ) প্ৰকাশ পোৱা এইখনেই প্ৰথম বাতৰিকাকত।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৬ জানুৱাৰী
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like