আজি ১৬ জুন

➡️১৯২৫ চনৰ আজিৰ দিনটোতে জাতীয়তাবাদী নেতা ‘দেশবন্ধু’ চিত্তৰঞ্জন দাসৰ মৃত্যু হৈছিল।
➡️১৯৪৪ চনৰ এই দিনটোতে ৰাসায়নবিদ আচাৰ্য প্ৰফুল্লচন্দ্ৰ ৰায়ৰ কলকাতাত মৃত্যু হৈছিল।
➡️১৯৬৩ চনৰ ১৬ জুন তাৰিখে ৰাছিয়াৰ মহিলা মহাকাশচাৰী ভেলেণ্টিনা টেৰেছকোভাৰ মহাকাশলৈ যাত্ৰা আৰম্ভ। মহাকাশলৈ যোৱা তেঁৱেই বিশ্বৰ প্ৰথম মহিলা।
➡️১৯৭৭ চনৰ আজিৰ দিনটোতে লিঅ’নিড ব্ৰেডনেভ ছোভিয়েট যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হৈছিল। ১৯৮২ চনলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৯১ চনৰ এই দিনটোতে যোৰহাটৰ পৰা ইংৰাজী দৈনিক সংবাদ-পত্ৰ ‘দি ইষ্টাৰ্ন ক্লেৰিয়ন’ৰ প্ৰকাশ।
➡️২০০০ চনৰ আজিৰ দিনটোতে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ দেৱেন চক্ৰৱৰ্তীৰ মৃত্যু হৈছিল।
➡️২০০১ চনৰ ১৬ জুন তাৰিখে ঢাকাত আৱামী লীগৰ সভাত বোমা বিস্ফোৰণত ২২ জন লোকৰ মৃত্যু হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.