আজি ১৭ জানুৱাৰী

➡️আজি শিল্পী দিৱস।
➡️১৭০৬ চনৰ ১৭ জানুৱাৰী তাৰিখে মাৰ্কিন ৰাজনীতিবিদ, বিজ্ঞনী বেঞ্জামিন ফ্ৰেংকলিনৰ জন্ম হৈছিল।
➡️১৯৪২ চনৰ আজিৰ দিনটোতে কিংবদন্তি বক্সাৰ মহম্মদ আলীৰ জন্ম হৈছিল।
➡️১৯৫১ চনৰ ১৭ জানুৱাৰী তাৰিখে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু হৈছিল।
➡️১৯৬১ চনৰ এই দিনটোতে কংগোৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী পেট্ৰিছ লুমুম্বাৰ মৃত্যু হৈছিল।
➡️১৯৬৮ চনৰ আজিৰ দিনটোতে গুৱাহাটীত অসমৰ প্ৰথমটো চলচ্চিত্ৰ ষ্টুডিঅ’ ‘জ্যোতি চিত্ৰবন’ মুকলি কৰা হৈছিল।
➡️১৯৯১ চনৰ ১৭ জানুৱাৰী তাৰিখে ইৰাকৰ বিৰুদ্ধে আমেৰিকাৰ যুদ্ধ ঘোষণা। মাৰ্কিন টেলিভিছন চি এন এনৰ দ্বাৰা যুদ্ধক্ষেত্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ।
➡️১৯৯৯ চনৰ আজিৰ দিনটোতে গুৱাহাটীত জ্যোতি চিত্ৰবন ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ উদ্বোধন কৰা হৈছিল।
➡️২০০৪ চনৰ আজিৰ দিনটোতে ‘হেল’ মেগাজিন ডট কম’ নামৰ সংস্থা এটাই চলোৱা সমীক্ষাত ঐশ্বৰ্য ৰায় বিশ্বৰ সবাতোকৈ মোহময়ী মহিলা ৰূপে পৰিগণিত হৈছিল।
➡️১৯৮৯ চনৰ ১৭ জানুৱাৰী তাৰিখে কৰ্নেল জে কে বাজাজৰ দক্ষিণ মেৰু বিন্দুত পদাৰ্পণ। দক্ষিণ মেৰুত পদাৰ্পন কৰা তেৱেঁই প্ৰথম ভাৰতীয়।।

You might also like
Leave A Reply

Your email address will not be published.