আজি ১৭ জুন

➡️আজিৰ দিনটো আইচলেণ্ডৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।
➡️১১২৮ চনৰ এই দিনটোতে আনজোৰ কাউণ্ট পঞ্চম জিঅ’ফ্ৰেৰ ইংলেণ্ডৰ ৰজা প্ৰথম হেনৰীৰ কন্যা মাটিলডাৰ সৈতে বিবাহ হৈছিল।
➡️১৭৫৬ চনৰ ১৭ জুন তাৰিখে ৫০,০০০ সৈন্যৰ নবাব ছিৰাজোদ্দৌল্লাৰ কলকাতা আক্ৰমণ।
➡️১৮৬২ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন গৱৰ্নৰ জেনেৰেল লৰ্ড কেনিঙৰ ইংলেণ্ডত মৃত্যু হৈছিল।
➡️১৯০৩ চনৰ এই দিনটোতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল।
➡️১৯২৮ চনৰ ১৭ জুন তাৰিখে উৰিষ্যাৰ বিশিষ্ট জাতীয়তাবাদী নেতা গোপবন্ধু দালৰ মৃত্যু হৈছিল।
➡️১৯৬৫ চনৰ আজিৰ দিনটোতে লণ্ডনত নদিনীয়া কমনৱেলথ সন্মিলন আৰম্ভ হৈছিল।
➡️২০০২ চনৰ এই দিনটোতে বছৰজোৰা কাৰ্যসূচীৰে ৰাজ্যজুৰি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম-শতবাৰ্ষিকী আৰম্ভ কৰা হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.