➡️১৬৭৫ চনৰ ১৭ ডিচেম্বৰ তাৰিখে ইছলাম ধৰ্ম গ্ৰহণৰ বাবে অমান্তি হোৱাত মোগল সম্ৰাট ঔৰংগজেৱে নৱম শিখ গুৰু টেগ বাহাদুৰক শিৰচ্ছেদ কৰিছিল। বৰ্তমানৰ দিল্লীৰ চান্দনী চ’কত টেগ বাহাদুৰক মৃত্যুদণ্ড দিয়া হয় আৰু পিছত নিৰ্মাণ কৰা হয় ‘শিখগঞ্জ গুৰুদ্বাৰ’।
➡️১৮৫৬ চনৰ আজিৰ দিনটোতে ইংৰাজ পদাৰ্থ-বিজ্ঞানী, ইলেক্ট্ৰনৰ আৱিষ্কাৰক ছাৰ যোছেফ জন টমছনৰ জন্ম হৈছিল।
➡️১৮২৯ চনৰ ১৭ ডিচেম্বৰ তাৰিখে ফৰাচী জীৱ-বিজ্ঞানী জে বি লেমাৰ্কৰ মৃত্যু হৈছিল।
➡️১৮৮৫ চনৰ ১৭ ডিচেম্বৰ তাৰিখে সাহিত্যিক অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম হৈছিল।
➡️১৯৬০ চনৰ এই দিনটোতে নতুন দিল্লীত নেচনেল মিউজিয়াম মুকলি কৰা হৈছিল।
➡️২০০১ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈৰ এশ বছৰ হোৱা উপলক্ষে ডাকটিকট উন্মোচন কৰা হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৭ ডিচেম্বৰ
Prev Post
Next Post
You might also like