আজি ১৯ নৱেম্বৰ

➡️কৌমি একতা দিৱস। নাগৰিক দিৱস।
➡️১৮৩৮ সমাজ সংস্কাৰক কেশৱ চন্দ্ৰ সেনৰ জন্ম।
➡️১৮৮৭ মাৰ্কিন বিজ্ঞানী, ১৯৪৪ চনৰ ৰসায়ন-বিজ্ঞানত নোবেল বঁটা বিজয়ী জেম্ছ বাটছেলাৰ ছুমনাৰ জন্ম।
➡️১৯১৭ ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্ম।
➡️১৯১৯ ইটালীত বেনিটো মুছোলিনিক গ্ৰেপ্তাৰ।
➡️১৯৬৯ চন্দ্ৰত দ্বিতীয়বাৰৰ বাবে মানুহৰ পদাৰ্পণ।
➡️১৯৭৫ মিছ ইউনিভাৰ্ছৰ খিতাপ লাভ কৰা ভাৰতীয় সুন্দৰী সুস্মিতা সেনৰ জন্ম।
➡️১৯৮২ দিল্লীত নৱম এছিয়ান গেমছ আৰম্ভ; এই ক্ৰীড়া সমাৰোহ ৪ ডিচেম্বৰলৈকে চলে।
➡️১৯৯৪ ভাৰতীয় সুন্দৰী ঐশ্বৰ্য ৰায়ৰ ‘মিছ ৱৰ্ল্ড’ খিতাপ লাভ।
➡️১৯৯৪ কাৰ্নম মালেশ্বৰীৰ ভাৰ উত্তোলনত বিশ্ব চেম্পিয়ন খিতাপ লাভ।
➡️২০০০ হোমেন বৰগোহাঞি অসম সাহিত্য সভাৰ সভাপতি ৰূপে মনোনীত।

 

You might also like
Leave A Reply

Your email address will not be published.