আজি ১৯ মাৰ্চ

➡️১৮০৯ চনৰ আজিৰ দিনটোতে ৰুছ নাট্যকাৰ, সাহিত্যিক নিকোলাই গগলৰ জন্ম হৈছিল।
➡️১৮১৩ চনৰ ১৯ মাৰ্চ তাৰিখে খ্ৰীষ্টান মিছনেৰী আৰু অভিযাত্ৰী ডেভিদ লিভিংষ্টোনৰ স্কটলেণ্ডত জন্ম হৈছিল।
➡️১৯৭২ চনৰ এই দিনটোতে ভাৰত আৰু বাংলাদেশৰ মাজত ২৫ বছৰৰ শান্তি আৰু মৈত্ৰী চুক্তি স্বাক্ষৰিত হৈছিল।
➡️১৯৯৮ চনৰ ১৯ মাৰ্চ তাৰিখে অটল বিহাৰী বাজপেয়ী দ্বিতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল। ২০০৪ চনৰ ২২ মে’লৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰে।
➡️২০০৬ চনৰ আজিৰ দিনটোতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ (৮৩) মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.