আজি ১ জানুৱাৰী

➡️আজি বছৰৰ প্ৰথম দিন
➡️কিউবাৰ মুক্তি দিৱস।
➡️ছুডানৰ স্বাধীনতা দিৱস।
➡️ আজি জনতাৰ দিন।
➡️ পেলেষ্টাইনৰ বিপ্লৱ দিৱস।
➡️১৩৯৯ চনৰ আজিৰ দিনটোতে তুৰ্কী অভিযানকাৰী টাইমুৰৰ ‘ভাৰত সম্ৰাট’ উপাধি গ্ৰহণ। দিল্লীৰ পৰা প্ৰত্যাৱৰ্তন।
➡️১৭৮৮ চনৰ ১ জানুৱাৰী তাৰিখে লণ্ডনৰ পৰা প্ৰসিদ্ধ ‘দি টাইমছ’ পত্ৰিকাৰ প্ৰকাশ।
➡️১৮৪৬ চনৰ আজিৰ দিনটোতে শিৱসাগৰৰ পৰা নাথান ব্ৰাউনৰ সম্পাদনাত অসমৰ প্ৰথমখন সংবাদ-পত্ৰ ‘অৰুণোদয়’ প্ৰকাশ পাইছিল।।

You might also like
Leave A Reply

Your email address will not be published.