আজি ২০ মাৰ্চ

➡️আজি টিউনিছিয়াৰ ৰাষ্ট্ৰীয় দিৱস।
➡️১৩৫১ চনৰ আজিৰ দিনটোতে মহম্মদ বিন টোগলকৰ মৃত্যু হৈছিল।
➡️১৮২৮ চনৰ ২০ মাৰ্চ তাৰিখে আধুনিক ইউৰোপীয় নাটকৰ পথিকৃৎ নৰৱেৰ হেনৰিক (যোহান) ইবছেনৰ জন্ম হৈছিল।
➡️১৮৯০ চনৰ এই দিনটোতে সাহিত্যিক জ্ঞাননাথ বৰাৰ জন্ম হৈছিল।
➡️১৯৯৬ চনৰ আজিৰ দিনটোতে ‘হায়াকুটাক ৯৬’ নামৰ ধুমকেতুটো পৃথিৱীৰ আকাশত দৃশ্যমান হৈছিল। ২৫ মাৰ্চলৈকে ই দৃশ্যমান হৈ থাকে।
➡️২০০৫ চনৰ ২০ মাৰ্চ তাৰিখে জাপানত প্ৰবল ভূমিকম্পত কেইবাশ লোক নিহত হৈছিল।
➡️২০০৬ চনৰ এই দিনটোতে অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.