আজি ২২ জুন

➡️১৫২৭ চনৰ আজিৰ দিনটোতে ইটালীৰ ৰাজনীতিবিদ, কূটনীতিজ্ঞ নিকোলো মেকিয়াভেলিৰ মৃত্যু হৈছিল।
➡️১৫৫৫ চনৰ এই দিনটোতে আকবৰক হুমায়ুনৰ উত্তৰাধিকাৰী ৰূপে ঘোষণা কৰা হৈছিল।
➡️১৮০৭ চনৰ ২২ জুন তাৰিখে আমেৰিকান মিছনেৰী, ‘অৰুনোদই’ৰ প্ৰথম সম্পাদক নাথান ব্ৰাউনৰ জন্ম হৈছিল।
➡️১৮৮০ চনৰ আজিৰ দিনটোতে বাগ্মীবৰ নীলমণি ফুকনৰ ডিব্ৰুগড়ত জন্ম হৈছিল।
➡️১৮৯৮ চনৰ এই দিনটোতে প্ৰথম মহাসমৰৰ সৈনিক তথা খ্যাতনামা লেখক এৰিক মাৰিয়া ৰেমাৰ্কৰ জন্ম হৈছিল।
➡️১৯৪০ চনৰ ২২ জুন তাৰিখে সুভাষ চন্দ্ৰ বসুৰ ফৰৱাৰ্ড ব্লক গঠন।
➡️২০০২ চনৰ আজিৰ দিনটোতে ইৰানত ভয়াৱহ ভূমিকম্পত প্ৰায় ৫০০ লোক নিহত হৈছিল।
➡️২০০৭ চনৰ এই দিনটোতে মহাকাশচাৰী সুনীতা উইলিয়ামছৰ পৃথিৱীলৈ সফল প্ৰত্যাৱৰ্তন।।

 

You might also like
Leave A Reply

Your email address will not be published.