➡️১৮৬৬ এলাহাবাদ উচ্চ ন্যায়ালয় মুকলি। ১৮৬৬ চনৰ পৰা ১৮৬৮ চনলৈকে এই ন্যায়ালয়ৰ কাম-কাজ আগ্ৰাত চলিছিল। ১৯৬৯ চনত ইয়াক এলাহাবাদলৈ অনা হয়।
➡️১৯৩০ সাহিত্যিক, বুৰঞ্জীবিদ লীলা গগৈৰ জন্ম।
➡️১৯৪৮ ভাৰতত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী ( National cadet corps, সংক্ষেপে NCC) প্ৰতিষ্ঠা।
➡️১৯৭৪ ৰাষ্ট্ৰীসংঘৰ সচিব প্ৰধান ইউ থান্টৰ মৃত্যু্।
➡️১৯৭৫ ছুৰিনামৰ স্বাধীনতা লাভ। পাপুৱা নিউগিনিৰ স্বাধীনতা লাভ।
➡️১৯৮৮ ভাৰতীয় অভিযাত্ৰী দলৰ সদস্য ৰূপে ৰাঘৱ চন্দ্ৰ ডেকাৰ এন্টাৰ্কটিকালৈ যাত্ৰা। দলটোৱে এই দিনটোতে গোৱাৰ পৰা যাত্ৰা আৰম্ভ কৰি ২১ ডিচেম্বৰ ১.৩০ বজাত এন্টাৰ্কটিকাত উপস্থিত হয়। এন্টাৰ্কটিকালৈ যোৱা ডেকাই হ’ল প্ৰথম অসমীয়া।
➡️১৯৯০ ভাৰতৰ প্ৰাক্তন নিৰ্বাচন আয়ুক্ত আৰ ডি এছ পেৰী শাস্ত্ৰীৰ মৃত্যু।
➡️১৯৯৯ বৰ্ষীয়ান গান্ধীবাদী নেতা, সমাজকৰ্মী বাবা আমতেলৈ ১৯৯৯ চনৰ ‘গান্ধী শান্তি বঁটা’ ঘোষণা।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২৫ নৱেম্বৰ
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like