আজি ২৫ মাৰ্চ

➡️আজিৰ দিনটোত গ্ৰীচৰ ৰুৱাৰ মৃত্যু হৈছিল।
➡️১৮৯৮ চনৰ এই দিনটোতে ভগ্নী নিবেদিতাৰ (প্ৰকৃত নাম মাৰ্গাৰেট এলিজাবেথ নোবেল) স্বামী বিবেকানন্দৰ শিষ্যত্ব গ্ৰহণ।
➡️১৯১৪ চনৰ আজিৰ দিনটোতে ফৰাচী কবি ফ্ৰেডেৰিক মিষ্ট্ৰালৰ মৃত্যু হৈছিল। ১৯০৪ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৪০ চনৰ ২৫ মাৰ্চ তাৰিখে সাহিত্যিক-ঔপন্যাসিক ৰজনীকান্ত বৰদলৈৰ মৃত্যু হৈছিল।
➡️১৯৮১ চনৰ আজিৰ দিনটোতে বাংলা দৈনিক ‘আজকাল’ৰ প্ৰথম প্ৰকাশ হৈছিল।
➡️১৯৯৯ চনৰ এই দিনটোতে ভাৰতীয় জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাস ‘মৃত্যুঞ্জয়’ৰ নায়ক গোসাঁইৰ মৃত্যু হৈছিল।
➡️২০০৪ চনৰ ২৫ মাৰ্চ তাৰিখে শান্তিনিকেতনৰ পৰা ৰবীন্দ্ৰনাথৰ নোবেল বঁটা চুৰি হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.