আজি ২৬ মাৰ্চ

➡️আজি বাংলাদেশৰ স্বাধীনতা দিৱস।
➡️১৮৬৭ চনৰ ২৬ মাৰ্চ তাৰিখে অসমৰ বুঢ়ীদিহিং নৈৰ পাৰত প্ৰথম খাৰুৱা তেলৰ সন্ধান ওলাইছিল।
➡️১৯৩৮ চনৰ আজিৰ দিনটোতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু হৈছিল।
➡️১৯৮৩ চনৰ এই দিনটোতে সাহিত্যিক মিত্ৰদেৱ মহন্তৰ মৃত্যু হৈছিল।
➡️১৯৮৯ চনৰ ২৬ মাৰ্চ তাৰিখে এণ্টাৰ্কটিকাত অষ্টম অভিযান সমাপ্ত কৰি ভাৰতৰ দ্বিতীয় সুৰক্ষিত ঘাটি ‘মৈত্ৰী’ স্থাপিত হৈছিল।
➡️১৯৯৯ চনৰ আজিৰ দিনটোতে বিশিষ্ট নৃত্যশিল্পী, সংগীত পৰিচালক আনন্দ শংকৰৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.