আজি ২৭ ডিচেম্বৰ

➡️১৫৭১ চনৰ ২৭ ডিচেম্বৰ তাৰিখে জাৰ্মান জ্যোতিৰ্বিজ্ঞানী যোহানছ কেপলাৰৰ জন্ম হৈছিল।
➡️১৭৯৭ চনৰ আজিৰ দিনটোতে উৰ্দু কবি মিৰ্জা গালিবৰ জন্ম হৈছিল।
➡️১৮২২ চনৰ এই দিনটোতে ফৰাচী বিজ্ঞানী লুই পেষ্টিউডৰ জন্ম হৈছিল।
➡️১৯১১ চনৰ ২৭ ডিচেম্বৰ তাৰিখে কলকাতাত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত ‘জন গণ মন’ গীতটি প্ৰথমবাৰৰ বাবে পৰিৱেশন কৰিছিল।
➡️১৯৪৫ চনৰ আজিৰ দিনটোতে বিশ্ব বেংক প্ৰতিষ্ঠা কৰা হৈছিল।আই এম এফৰ প্ৰতিষ্ঠা।
➡️১৯৮২ চনৰ ২৭ ডিচেম্বৰ তাৰিখে মহেন্দ্ৰ মোহন চৌধুৰীৰ মৃত্যু হৈছিল।
➡️২০০০ চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ২৪ ঘন্টীয়া ছেটেলাইট চেনেল উদ্বোধন কৰা হৈছিল।
➡️২০০১ চনৰ আজিৰ দিনটোতে সুদীৰ্ঘ ৯ বছৰৰ মুৰত অসমত পঞ্চায়ত নিৰ্বাচন আৰম্ভ কৰা হৈছিল।
➡️২০০২ চনৰ ২৭ ডিচেম্বৰ তাৰিখে গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু হৈছিল।
➡️২০০৬ চনৰ এই দিনটোতে টেষ্ট ক্ৰিকেটত শ্বেন ৱাৰ্নৰ ৭০০ উইকেট দখল।।

You might also like
Leave A Reply

Your email address will not be published.