আজি ২৮ মে’

➡️আজিৰ দিনটো আজেৰবাইজানৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।
➡️এই দিনটো ইথিওপিয়াৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।
➡️১৫৭২ চনৰ ২৮ মে’ তাৰিখে ৰাণা প্ৰতাপ সিং মেৱাৰৰ ৰজা হৈছিল।
➡️১৮৪৩ চনৰ আজিৰ দিনটোতে ইংৰাজী ভাষাৰ অভিধান ৰচয়িতা নোৱা ৱেবষ্টাৰৰ মৃত্যু হৈছিল।
➡️১৮৮৩ চনৰ ২৮ মে’ তাৰিখে বিপ্লৱী, স্বাধীনতা সংগ্ৰামী বিনায়ক দামোদৰ ছাভাৰকাৰৰ জন্ম হৈছিল।
➡️১৯৬১ চনৰ আজিৰ দিনটোতে এমনেষ্টী ইণ্টাৰনেচনেলৰ জন্ম হৈছিল।
➡️১৯৯৫ চনৰ এই দিনটোতে ৰাছিয়াৰ উত্তৰাংশৰ ছাখালিন দ্বীপৰ নেষ্টগৰ্ষ্ক চহৰখনত প্ৰবল ভূমিকম্পত ২,০০০ লোক নিহত হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.