আজি ২ এপ্ৰিল

➡️১৬৭৯ চনৰ ২ এপ্ৰিল তাৰিখে আকবৰে প্ৰত্যাহাৰ কৰা জিজিয়া কৰ ঔৰংজেৱৰ দ্বাৰা পুনৰ আৰোপ।
➡️১৯৩৩ চনৰ আজিৰ দিনটোতে ক্ৰিকেট খেলুৱৈ ৰঞ্জি সিংজীৰ মৃত্যু হৈছিল। তেওঁৰ স্মৃতিত ১৯৩৪ চনৰ পৰা আৰম্ভ হয় ৰঞ্জি ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতা, আৰম্ভণিতে এই ট্ৰফীটো আছিল সোণৰ। বৰ্তমান সেইটো পাকিস্তানত আছে। আজিকালি ৰঞ্জি ট্ৰফীৰ বিজয়ী দলটোক মূল সোণৰ ট্ৰফীটোৰ অবিকল এটা ৰূপৰ ট্ৰফী প্ৰদান কৰা হয়। ৰঞ্জি ট্ৰফী বৰ্তমান ভাৰতৰ এক উল্লেখযোগ্য ৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতা।
➡️১৯৭২ চনৰ আজিৰ দিনটোতে টেলিগ্ৰাফৰ আৱিষ্কাৰক ছেমুৱেল ফিনলে ব্ৰিজ মৰ্ছৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.