আজি ২ ফেব্ৰুৱাৰী

➡️আজিৰ দিনটো বিশ্ব জলাশয় দিৱস হিচাপে পালন কৰা হয়।
➡️১৮১৪ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে কলকাতাত ভাৰতৰ প্ৰথমটো যাদুঘৰ ‘ইণ্ডিয়ান মিউজিয়াম’ প্ৰতিষ্ঠা কৰা হৈছিল।
➡️১৮৬২ চনৰ আজিৰ দিনটোতে কলকাতাত ভাৰতৰ প্ৰথমখন উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল।
➡️১৮৮২ চনৰ এই দিনটোতে আইৰিছ ঔপন্যাসিক জেমছ জয়ছৰ জন্ম হৈছিল।
➡️১৯০৭ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে ৰাছিয়াৰ ৰসায়নবিদ ডমিট্ৰি আইনভান ভিচ মেণ্ডেলিয়েডৰ মৃত্যু হৈছিল।
➡️১৯৭০ চনৰ আজিৰ দিনটোতে ইংৰাজ দাৰ্শনিক, সাহিত্যিক বাট্ৰাণ্ড ৰাছেলৰ মৃত্যু হৈছিল।
➡️১৯৮৭ চনৰ আজিৰ দিনটোতে হলীউডৰ শতবাৰ্ষিকী উদযাপন কৰা হৈছিল।
➡️১৯৮৮ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে সাহিত্যিক ত্ৰৈলোক্যনাথ গোস্বামীৰ মৃত্যু হৈছিল।
➡️২০০৫ চনৰ আজিৰ দিনটোতে মৃণাল সেনক ২০০৩ চনৰ দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.