ক’ভিড আপডেট

নিউজ ডেস্কঃ ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত আক্ৰান্তৰ সংখ্যা 1486 গৰাকী । ইয়াৰে 343 গৰাকী আক্ৰান্ত গুৱাহাটী মহানগৰীৰ। মৃত্যুমুখত পৰিছে 20 গৰাকী আক্ৰান্ত।পজিটিভিটীৰ হাৰ 4.00 শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা 1,61,386 গৰাকী । মৃত্যুমুখত পৰিছে 1733 জন আক্ৰান্ত।

You might also like
Leave A Reply

Your email address will not be published.