আজি ৩০ জানুৱাৰী

➡️আজি শ্বহীদ দিৱস।১৯৪৮ চনৰ আজিৰ দিনটোতেই এখন প্ৰাৰ্থনা সভাত নাথুৰাম গডছেৰ গুলীত নিহত হৈছিল মহামানৱ মহাত্মা গান্ধী।
➡️আজি কুষ্ঠ নিবাৰণী দিৱস।
➡️১৮৮২ চনৰ ৩০ জানুৱাৰী তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডিলেনো ৰুজভেল্টৰ জন্ম হৈছিল।
➡️১৯৯৯ চনৰ ৩০ জানুৱাৰী তাৰিখে লোকপ্ৰিয় গোপীনাথ বৰদলৈক মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মান প্ৰদান।।

You might also like
Leave A Reply

Your email address will not be published.