বৰ্ধমান চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভয়ংকৰ অগ্নিকাণ্ড !

পশ্চিম বংগৰ বৰ্ধমান চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত মৃত্যু এজন কোভিড আক্ৰান্তৰ। জানিব পৰা মতে, শনিবাৰে ৰাতিপুৱা বৰ্ধমান চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ক’ভিড ৱাৰ্ডত সংঘটিত হোৱা অগ্নিকাণ্ডত আঘাটপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে এজন ক’ভিড আক্ৰান্ত। মৃত আক্ৰান্ত পূব বৰ্ধমান জিলাৰ ৬০ বছৰীয়া সন্ধ্যা ৰয় বুলি চিনাক্ত কৰা হৈছে।অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ততাতৈয়াকৈ ঘটনাস্থলীলৈ ৰাওনা হৈ প্ৰায় এঘণ্টা পিছত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছিল। ইফালে, বিষয়টো চোৱা-চিতা কৰিবলৈ এখন পাঁচ জনীয়া পেনেল গঠন কৰা হৈছে।

You might also like
Leave A Reply

Your email address will not be published.