আজি ৩ এপ্ৰিল

➡️আজি গিনিৰ ৰাষ্ট্ৰীয় দিৱস।
➡️১৬৮০ চনৰ ৩ এপ্ৰিল তাৰিখে ছত্ৰপতি শিৱাজীৰ মৃত্যু হৈছিল।
➡️১৮৫৭ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ৰাণী ভিক্টোৰিয়াক ‘ভাৰত সম্ৰাজ্ঞী’ ৰূপে ঘোষণা কৰা হৈছিল।
➡️১৮৯৬ চনৰ এই দিনটোতে প্ৰখ্যাত ৰুছ বিজ্ঞানী নিকোলাই নিকোলেভিচ ছেমেনভৰ জন্ম হৈছিল। ১৯৫৬ চনত তেওঁ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৩৯ চনৰ আজিৰ দিনটোতে অসমত প্ৰথম শ্ৰমিক আন্দোলন হৈছিল।
➡️১৯৬৬ চনৰ ৩ এপ্ৰিল তাৰিখে ভাৰতত প্ৰথম কম্পিউটাৰৰ প্ৰৱৰ্তন হৈছিল।
➡️১৯৮৭ চনৰ আজিৰ দিনটোতে কবি-সাংবাদিক সচ্চিদানন্দ বাৎসায়নৰ মৃত্যু হৈছিল। ১৯৭৮ চনত বাৎসায়নে লাভ কৰিছিল ভাৰতীয় জ্ঞানপীঠ বঁটা।
➡️১৯৯১ চনৰ এই দিনটোতে কুৰি শতিকাৰ প্ৰসিদ্ধ ঔপন্যাসিক গ্ৰাহাম গ্ৰীনৰ মৃত্যু হৈছিল।
➡️২০০৫ চনৰ আজিৰ দিনটোতে পোপ জন পল দ্বিতীয়ৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.