আজি ৪ ফেব্ৰুৱাৰী

➡️আজি শ্ৰীলংকাৰ স্বাধীনতা দিৱস।
➡️১৬২৮ চনৰ আজিৰ দিনটোতে শ্বাহজাহানৰ নিজকে মোগল সম্ৰাট ৰূপে ঘোষণা।
➡️১৯৪৮ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে সিংহলৰ (শ্ৰীলংকা) স্বাধীনতা লাভ।
➡️১৯৭৮ চনৰ আজিৰ দিনটোতে জুনিয়াছ জয়ৱৰ্ধন শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিতহৈছিল।
➡️১৯৯০ চনৰ এই দিনটোতে বাংলা লেখিকা মৈত্ৰেয়ী দেৱীৰ মৃত্যু হৈছিল।
➡️১৯৯৯ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে অসমৰ অগ্ৰণী কৌতুক গোষ্ঠী ‘ভায়ামামা’ৰ পাঁচজন সদস্যসহ ছজন লোকৰ শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু হৈছিল।
➡️২০০৪ চনৰ আজিৰ দিনটোতে চাহ জনজাতি সম্প্ৰদায়ৰ প্ৰথম মহিলা মন্ত্ৰী ৰূপম কুৰ্মীৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.