আজি ৫ ফেব্ৰুৱাৰী

➡️১৯২২ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ চৌৰিচৌৰা গাঁৱত উত্তেজিত জনতাই থানা আক্ৰমণ কৰি ২২ জন আৰক্ষীৰ লোকক হত্যা কৰিছিল।
➡️১৬৪৯ চনৰ আজিৰ দিনটোতে প্ৰিন্স অব ৱেলছে প্ৰথম চাৰ্লছ নাম লৈ ইংলেণ্ডৰ সিংহাসনত আৰোহণ কৰিছিল।
➡️১৮৬১ চনৰ আজিৰ দিনটোতে মাৰ্কিন বিজ্ঞানী কোলমেন চেলাৰ্ছৰ চলচ্চিত্ৰ প্ৰদৰ্শনৰ বাবে নিৰ্মাণ কৰা ‘চিনেমেটোস্কোপ’ যন্ত্ৰৰ পেটেন্ট লাভ। এইটো যন্ত্ৰৰ জৰিয়তেই পৃথিৱীত চলচ্চিত্ৰৰ প্ৰথমটো ঢাপ আৰম্ভ হয়।
➡️১৯২২ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে বিশ্বৰ প্ৰসিদ্ধ সাময়িক পত্ৰিকা ‘ৰীডাৰ্ছ ডাইজেষ্ট’ প্ৰথম প্ৰকাশ পাইছিল।
➡️১৯৩৭ চনৰ আজিৰ দিনটোতে চাৰ্লি চেপলিনৰ প্ৰথম ছবি ‘মডাৰ্ন টাইমছ’ মুক্তি লাভ কৰিছিল।
➡️১৯৭১ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে চন্দ্ৰলৈ যোৱা তৃতীয়খন মানৱবাহী যান ‘এপলো-১৪’ৰ চন্দ্ৰত অৱতৰণ। যানখনত যোৱা দুজন মহাকাশচাৰীয়ে চন্দ্ৰত ৪ ঘণ্টা সময় খোজ কাঢ়িছিল।।

You might also like
Leave A Reply

Your email address will not be published.