আজি ৭ এপ্ৰিল

➡️আজি আলফাৰ প্ৰতিষ্ঠা দিৱস।
➡️এই দিনটো বিশ্ব স্বাস্থ্য দিৱস হিচাপে পালন কৰা হয়।
➡️১৭৭০ চনৰ ৭ এপ্ৰিল তাৰিখে কবি উইলিয়াম ৱৰ্ডছৱৰ্থৰ জন্ম হৈছিল।
➡️১৯২০ চনৰ আজিৰ দিনটোতে ভাৰতীয় চেতাৰবাদক ৰবি শংকৰৰ জন্ম হৈছিল।
➡️১৯৩৭ চনৰ এই দিনটোতে ছাদুল্লা মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল।
➡️১৯৪৬ চনৰ ৭ এপ্ৰিল তাৰিখে সাহিত্যিক পদ্মনাথ গোহাঞিবৰুৱাৰ মৃত্যু হৈছিল।
➡️১৯৪৭ চনৰ এই দিনটোতে আধুনিক মটৰগাড়ীৰ অন্যতম বাটকটীয়া হেনৰী ফোৰ্ডৰ জন্ম হৈছিল।
➡️আজিৰ দিনটো বিশ্ব ধূমপান বিৰোধী দিৱস হিচাপে পালন কৰা হয়।
➡️২০০৪ চনৰ ৭ এপ্ৰিল তাৰিখে ওডিচী নৃত্যৰ গুৰু পদ্মবিভূষণ কেলুচৰণ মহাপাত্ৰৰ মৃত্যু হৈছিল।
➡️২০০৫ চনৰ এই দিনটোতে পাক অধিকৃত কাশ্মীৰৰ মুজাফ্ফৰবাদ আৰু শ্ৰীনগৰৰ মাজত বাছ সেৱা উদ্বোধন কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.