আজি ৭ জানুৱাৰী

▶️১৭৮৫ চনৰ এই দিনটোতেই বেলুনত উঠি ফৰাচী বিজ্ঞানীৰ ইংলিছ চেনেল অতিক্ৰম।
▶️১৮৫৯ চনৰ আজিৰ দিনটোতেই চিপাহী বিদ্ৰোহৰ লগত জড়িত থকাৰ অভিযোগত মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ শ্বাহৰ বিচাৰ আৰম্ভ।
▶️১৯৮৪ চনৰ এই দিনটোতেই নোবেল জয়ী(১৯৬৬) ফৰাচী পদাৰ্থবিজ্ঞানী আলফ্ৰেড কাষ্টলাৰৰ মৃত্যু হৈছিল।
▶️১৯৮৯ চনৰ এই দিনটোতেই জাপানৰ ৰজা হিৰোহিটোৰ ৮৯ বছৰ বয়সত মৃত্যু হৈছিল।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই ভূটান সীমান্তত ভাৰতীয় সেনা আৰু NDFBৰ মাজত প্ৰায় ৬০ ঘন্টা ধৰি সংঘৰ্ষ চলিছিল।
▶️২০০৫ চনৰ এই দিনটোতেই তামিলনাডুৰ একেটা পৰিয়ালৰ ৮ গৰাকী লোকৰ আত্মহত্যা।
▶️২০০৫ চনৰ এই দিনটোতেই কোকৰাঝাৰত ৪০ হেজাৰ আটছা সদস্যৰ পথ অৱৰোধ,ওৰাঙত বাছ ভস্মীভূত।
▶️২০০৫ চনৰ এই দিনটোতেই ন্যায়াধীশ বাসৱন মিশ্ৰৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে শপতগ্ৰহণ।
▶️২০০৫ চনৰ এই দিনটোতেই মংগল গ্ৰহলৈ মানৱবাহী যান প্ৰেৰণৰ ঘোষণা আমেৰিকাৰ।
▶️২০০৫ চনৰ এই দিনটোতেই নেলচন মেণ্ডেলাৰ একমাত্ৰ জীৱিত পুত্ৰৰ এইডছ ৰোগত মৃত্যু।বাকীকেইজনৰ একে ৰোগতে ইতিপূৰ্বে মৃত্যু ঘটিছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.