আজি ৭ ফেব্ৰুৱাৰী

➡️আজি কেৰিবিয়ান দেশ গ্ৰেনেডাৰ স্বাধীনতা দিৱস।
➡️১৮১২ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখে ইংৰাজ সাহিত্যিক, ঔপন্যাসিক চাৰ্লছ ডিকেন্সৰ জন্ম হৈছিল।
➡️১৮৮৫ চনৰ আজিৰ দিনটোতে মাৰ্কিন সাহিত্যিক ছিনক্লেয়াৰ লুইৰ জন্ম হৈছিল। ১৯৩০ চনত তেওঁ লাভ কৰে সাহিত্যৰ নোবেল বঁটা।
➡️১৯৯৯ চনৰ আজিৰ দিনটোতে জৰ্ডানৰ ৰজা হুছেইন হ’বন টালালৰ ৬৩ বছৰ বয়সত মৃত্যু হৈছিল। ১৯৫২ চনৰ পৰা তেওঁ জৰ্ডানৰ ৰজাৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
➡️২০০১ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখে এৰিয়েল শ্বেৰন ইজৰাইলৰ প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত হৈছিল।
➡️২০০৫ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখে ভিছা আইন উলংঘা কৰাৰ অভিযোগত নৰৱেৰ মডেল নিগাৰ খানক ভাৰত ত্যাগৰ নিৰ্দেশ দিয়া হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.