আজি ৯ মাৰ্চ

➡️১৯৫৮ চনৰ ৯ মাৰ্চ তাৰিখে পৃথিৱীৰ সৰ্বাধিক জনপ্ৰিয় পুতলা ‘বাৰ্বি’ৰ জন্ম হৈছিল।
➡️১৯৬০ চনৰ আজিৰ দিনটোতে কবি ধৰ্মেশ্বৰী দেৱী বৰুৱানীৰ মৃত্যু হৈছিল।
➡️১৯৮৬ চনৰ ৯ মাৰ্চ তাৰিখে ভাৰতত প্ৰথম ইণ্টাৰনেট সেৱা মুকলি কৰা হৈছিল।
➡️১৯৯৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম পৰ্যায়ৰ অভিনেত্ৰী দেৱীকা ৰাণীৰ মৃত্যু হৈছিল।
➡️১৯৯৯ চনৰ এই দিনটোতে অসমৰ ডিব্ৰু-চৈখোৱা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল।
➡️২০০০ চনৰ আজিৰ দিনটোতে অভিনেত্ৰী ঊষা কিৰণৰ মৃত্যু হৈছিল।
➡️২০০২ চনৰ ৯ মাৰ্চ তাৰিখে বিশ্বকাপ হকীত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি জাৰ্মানীৰ চেম্পিয়নশ্বিপ অৰ্জন।
➡️২০০৫ চনৰ এই দিনটোতে গান্ধীজীৰ নামত দক্ষিণ আফ্ৰিকাত পথ উছৰ্গা কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.