আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিল অসম সন্তান

ৰাজ্যলৈ গৌৰব কঢ়িয়াই আনিলে যোৰহাটৰ বক্সাৰ অভিজিত বৰুৱাই

স্প’ৰ্টছ ডেস্ক:

ন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিল অসম সন্তান।ৰাজ্যলৈ গৌৰব কঢ়িয়াই আনিলে যোৰহাটৰ বক্সাৰ অভিজিত বৰুৱাই ৷ ৱৰ্ল্ড প্ৰফেছনেল বক্সিঙত চেম্পিয়ন অসম সন্তান অভিজিত বৰুৱা ৷ তাঞ্জানিয়াত অনুষ্ঠিত হোৱা ৱৰ্ল্ড প্ৰফেছনেল বক্সিং প্ৰতিযোগিতাখনত অভিজিত বৰুৱাৰ প্ৰতিদ্বন্দ্বী আছিল চালেহে মাকালেকৱা ৷ চালেহে মাকালেকৱাক পৰাস্ত কৰি চূড়ান্ত খিতাপ অৰ্জন কৰে অসমসন্তান অভিজিত বৰুৱাই।।

You might also like
Leave A Reply

Your email address will not be published.