দক্ষিণ আমেৰিকাৰ পেৰুত ভয়ংকৰ পথ দুৰ্ঘটনা। পেৰুৰ পিউৰা প্ৰদেশৰ সুদূৰ উত্তৰ এল আল্ট’ জিলাত সংঘটিত হয় এই দুৰ্ঘটনা। ৬০ জন যাত্ৰী কঢ়িয়াই অনা বাছ এখন দ’ খাৱৈত বাগৰি পৰাৰ ফলত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাৰ ফলত মৃত্যু হয় ২৪ জন লোকৰ।আহতসকলক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে। দুৰ্ঘটনাৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।ক’ৰিয়ানকা ট্যুৰছৰ বাছখনে ৰাজধানী লিমাৰ পৰা পেৰুৰ উপকূলীয় মৰুভূমিৰ ইকুৱেডৰ সীমান্তৰ ওচৰৰ টুম্বেছ অঞ্চললৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আমেৰিকাৰ পেৰুত ভয়ংকৰ পথ দুৰ্ঘটনা!
You might also like