ইউক্ৰেইনৰ জাপ’ৰিজজিয়াত ৰাছিয়াৰ ভয়াৱহ ৰকেট আক্ৰমণ!

ইউক্ৰেইনৰ জাপ’ৰিজজিয়াত ৰাছিয়াৰ ভয়াৱহ ৰকেট আক্ৰমণ। আক্ৰমণৰ ফলত কমেও পাঁচটা ব্যক্তিগত ঘৰ সম্পূৰ্নৰূপে ধ্বংস হোৱাৰ লগতে প্ৰায় ৪০টা আন ঘৰ ক্ষতিগ্ৰস্ত হৈছে। আক্ৰমণৰ ফলত মৃত্যু হয় কমেও ১৭ জন লোকৰ । খৱৰটো সদৰি কৰে চিটি কাউন্সিলৰ সচিব আনাতোলি কুৰ্টেভে।।

You might also like
Leave A Reply

Your email address will not be published.