অসম ৰাইফলছৰ সন্মুখত আত্মসমৰ্পণ এজন নগা বিদ্ৰোহীৰ!

মণিপুৰৰ উখৰুল জিলাত অসম ৰাইফলছৰ সন্মুখত আত্মসমৰ্পণ এজন নগা বিদ্ৰোহীৰ। নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (ইউ) ফৈদৰ সক্ৰীয় সদস্য বিদ্ৰোহীজন । মণিপুৰ আৰক্ষীৰ উপস্থিতিত উখৰুল জিলাৰ সোমছাই বেটেলিয়নৰ ওচৰত আত্মসমৰ্পণ কৰে এন এছ চি এন (ইউ) বিদোহীজনে।আত্মসমৰ্পণকাৰীয়ে আছাম ৰাইফলছক চাৰিটাকৈ চীনা হেণ্ড গ্ৰেনেডৰ লগতে এযোৰ ইউনিফৰ্ম জমা দিয়া বুলি সেনা সুত্ৰই জনাইছে।।

You might also like
Leave A Reply

Your email address will not be published.